মুখ্য পৃষ্ঠা
09/08/2608:31

• অস্তিত্ব •

অষ্টাচলত অম্বেষণ অনুৰাগ
অচিনাকি অচেতন অৱকাশ
জীৱিত দেহত সুপ্ত আত্মা
সিপাৰত সূৰ্য্যস্ত নামিল
পিৰালিত আইৰ উচুপনি
বগা কাপোৰ সাজত
সেন্দুৰৰ ৰং পাহৰিল ।

ණ ৰাজু
কলিতা

(08/11/14 তাৰিখে শংকৰজ্যোতি কাকতত)



XtGem Forum catalog