pacman, rainbows, and roller s
মুখ্য পৃষ্ঠা
10/08/2609:33
•কবিতা•
সাগৰ পাৰ হৈ মহাসাগৰ বুকুত
হেৰায় যায় আকাশৰ নীলা ;
অষ্টাচলৰ ৰাঙলী পথত দেখো
তোমাৰেই শিৰৰ সেন্দুৰ প্ৰিয়া !
_______ৰাজু
05/08/14
Log in